হোজাই মোৰাজাৰত আলফাৰ লিংকমেন আটক… অসমীয়া প্ৰতিদিন ৰ দ্বাৰা May 15, 2022 ত শেষ সম্পাদনা কৰা হৈছে শ্বেয়াৰ কৰক হোজাই মোৰাজাৰত আলফাৰ লিংকমেন আটকআব্দুল ইষ্টাক নামৰ এজন যুৱকক আটকআলফা (স্বাঃ)ৰ লগত যোগাযোগ ৰখাৰ অভিযোগত আটকআব্দুলক আদালতত হাজিৰ কৰায় মোৰাজাৰ আৰক্ষীয়েআদালতে ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে আব্দুলক শ্বেয়াৰ কৰক