জ্যেষ্ঠ অভিনেতা আলোক নাথৰ বিৰুদ্ধে বলাৎকাৰ গোচৰ ৰুজু

জ্যেষ্ঠ অভিনেতা আলোক নাথৰ বিৰুদ্ধে বলাৎকাৰ গোচৰ ৰুজু
  • জ্যেষ্ঠ অভিনেতা আলোক নাথৰ বিৰুদ্ধে ৰুজু কৰা হৈছে বলাৎকাৰ গোচৰ।
  • মুম্বাই আৰক্ষীৰ অতিৰিক্ত আয়ুক্ত মনোজ শৰ্মাই সদৰি কৰিছে এই কথা।
  • অশ্বিৱাড়া আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছে এই গোচৰ।
  • আইপিচি ৩৭৬ ধাৰা(বলাৎকাৰ)ত এই গোচৰ পঞ্জীয়ন কৰিছে আৰক্ষীয়ে।
  • অভিনেতাজনৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ তুলিছিল বিন্তা নন্দাই।
  • লেখিকাই বিন্তা নন্দাই 'মি টু'ৰ জৰিয়তে সদৰি কৰিছিল এই অভিযোগ।
  • তাৰপাছতেই মুম্বাই আৰক্ষীয়ে ৰুজু কৰিছে অভিনেতাজনৰ বিৰুদ্ধে গোচৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in