শেহতীয়া খবৰ
শিৱসাগৰৰ খৰিকটীয়া আলিত পথ দুৰ্ঘটনা, নিহত ১  •  আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  আজি শিল্পী দিৱস, ৰূপকোঁৱৰক সোঁৱৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী  •  আজিৰে পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা  •  নুমলীগড় শোধনাগাৰলৈ কেন্দ্ৰৰ ২২,৫৯৪ কোটি  •  নুমলীগড় শোধনাগাৰলৈ কেন্দ্ৰৰ ২২,৫৯৪ কোটি  •  মুখ্যমন্ত্ৰীৰ ভ্ৰমণক লৈ দৰঙত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰৰ ক’লা দিৱস ঘোষণা  •  মেঘালয়ৰ কয়লা খনিত আৱদ্ধ এজন শ্ৰমিকৰ মৃতদেহৰ সন্ধান  •  বিজেপি নেতা আটক, বিক্ৰীৰ বাবে আনিছিল বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ...  •  তেজপুৰত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে জুবিন গাৰ্গৰ বজ্ৰনীনাদ প্ৰতিবাদ

৪৮ ঘন্টাৰ ভিতৰত পুনৰ অপসাৰণ চিবিআই সঞ্চালক আলোক বাৰ্মা

874
  • দায়িত্ব গ্ৰহণৰ ৪৮ ঘন্টা ভিতৰত পুনৰ অপসাৰণ চি বি আই সঞ্চালক আলোক বাৰ্মাক।
  • বৃহস্পতিবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰীৰ তিনিজনীয়া বাছনি সমিতিয়ে অপসাৰণ কৰে চিবিআইৰ সঞ্চালকগৰাকীক।
  • কেইবাটাও অভিযোগৰ ভিত্তিত কৰা হয় অপসাৰণ।
  • নিজৰ কৰ্মক্ষেত্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰিবলৈ আলোক বাৰ্মাৰ আছিল মাত্ৰ ২১ দিন।
  • ইয়াৰ পূৰ্বেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ন্যায়াধীশ এ কে চিক্ৰী আৰু বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেৰ সমিতিয়ে অপসাৰণ কৰে আলোক বৰ্মাক।
  • জ্যেষ্ঠ কংগ্ৰেছী নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে আলোক বাৰ্মাক সপক্ষত থিয় দিছিল যদিও অৱশেষত অপসাৰিত হয় আলোক বাৰ্মা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি