৪৮ ঘন্টাৰ ভিতৰত পুনৰ অপসাৰণ চিবিআই সঞ্চালক আলোক বাৰ্মা

৪৮ ঘন্টাৰ ভিতৰত পুনৰ অপসাৰণ চিবিআই সঞ্চালক আলোক বাৰ্মা
  • দায়িত্ব গ্ৰহণৰ ৪৮ ঘন্টা ভিতৰত পুনৰ অপসাৰণ চি বি আই সঞ্চালক আলোক বাৰ্মাক।
  • বৃহস্পতিবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰীৰ তিনিজনীয়া বাছনি সমিতিয়ে অপসাৰণ কৰে চিবিআইৰ সঞ্চালকগৰাকীক।
  • কেইবাটাও অভিযোগৰ ভিত্তিত কৰা হয় অপসাৰণ।
  • নিজৰ কৰ্মক্ষেত্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰিবলৈ আলোক বাৰ্মাৰ আছিল মাত্ৰ ২১ দিন।
  • ইয়াৰ পূৰ্বেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ন্যায়াধীশ এ কে চিক্ৰী আৰু বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেৰ সমিতিয়ে অপসাৰণ কৰে আলোক বৰ্মাক।
  • জ্যেষ্ঠ কংগ্ৰেছী নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে আলোক বাৰ্মাক সপক্ষত থিয় দিছিল যদিও অৱশেষত অপসাৰিত হয় আলোক বাৰ্মা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in