উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ…

উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ…

ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশত গো হত্যা আইনৰ অপব্যৱহাৰকলৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে উদ্বেগ প্ৰকাশ কৰিছে । ইয়াৰ লগতে আদালতে গো হত্যা আৰু গৰু মাংস বিক্ৰীৰ অভিযোগত অভিযুক্তক জামিন প্ৰদান কৰে।

আদালতে অভিযুক্ত ৰহমুদ্দিনক চৰ্তসাপেক্ষে জামিতত মুকলিৰ নিৰ্দেশ দিয়ে । ন্যায়ধীশ সিদ্ধাৰ্থৰ বিচাৰপীঠে এই আদেশ দিয়ে । কেতিয়াবা জব্দ কৰা মাংস সমূহক গো মাংস বুলি কোৱা হয় যদিও ফৰেনছিক ইয়াক পৰীক্ষা কৰা নহয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in