টীম ইণ্ডিয়াৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে ৩জনকৈ প্ৰশিক্ষকৰ নাম মনোনীত…

টীম ইণ্ডিয়াৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে ৩জনকৈ প্ৰশিক্ষকৰ নাম মনোনীত…
  • ভাৰতীয় ক্ৰিকেট দলৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে তিনিজনকৈ প্ৰশিক্ষকৰ নাম মনোনীত।
  • বিচিচিআইৰ অল ইণ্ডিয়া ছিনিয়ৰ কমিটীয়ে মনোনীত কৰিছে এই প্ৰশিক্ষক কেইগৰাকীক।
  • বেটিঙৰ বাবে মনোনীত হৈছে বিক্ৰম ৰাঠৌৰ, সঞ্জয় বাংগাৰ আৰু মাৰ্ক ৰাম প্ৰকাশৰ নাম।
  • বলিঙৰ বাবে বি অৰুণ, পাৰস হামব্ৰে', ভেংকেটেছ প্ৰসাদৰ নাম মনোনীত কৰা হৈছে।
  • ইফালে, ফিল্ডিং প্ৰশিক্ষকৰ বাবে মনোনীত কৰা হৈছে আৰ শ্ৰীধাৰ, অভয় শৰ্মা আৰু টি দিলীপৰ নাম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in