শেহতীয়া খবৰ
আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  ৰাণাঘাটৰ ৰাণুৰ সৈতে গান গাব বিচাৰে কুমাৰ চানুৱে!  •  নিলম্বন কৰিলেই নহ’বঃ মহিলাক বৰ্বৰ অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবী জনালে খোদ মন্ত্ৰীয়ে  •  হিন্দী ভাষাক সাধাৰণ ভাষাৰ মান্যতা দিয়াৰ বিৰুদ্ধে আন এগৰাকী চুপাৰষ্টাৰ…  •  বিহাৰত বজ্ৰপাত পৰি ২৪ ঘণ্টাত ১৮ জনৰ মৃত্যু...  •  সৰু ল’ৰাৰ দৰে আচৰণ পাকিস্তানৰ! পাক আকাশপথেদি যাব নিদিয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিমান  •  পবিত্ৰ ভাদ মাহৰ আজি অন্তিম দিন, শ শ তালৰ শব্দৰে মুখৰিত বটদ্ৰৱা থান...  •  মেঘালয়ত পুনৰ ৩ নাইজেৰিয়ান আৰক্ষীৰ জালত , এতিয়ালৈকে ১৭ জনক গ্ৰেপ্তাৰ...

টীম ইণ্ডিয়াৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে ৩জনকৈ প্ৰশিক্ষকৰ নাম মনোনীত…

860
  • ভাৰতীয় ক্ৰিকেট দলৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে তিনিজনকৈ প্ৰশিক্ষকৰ নাম মনোনীত।
  • বিচিচিআইৰ অল ইণ্ডিয়া ছিনিয়ৰ কমিটীয়ে মনোনীত কৰিছে এই প্ৰশিক্ষক কেইগৰাকীক।
  • বেটিঙৰ বাবে মনোনীত হৈছে বিক্ৰম ৰাঠৌৰ, সঞ্জয় বাংগাৰ আৰু মাৰ্ক ৰাম প্ৰকাশৰ নাম।
  • বলিঙৰ বাবে বি অৰুণ, পাৰস হামব্ৰে’, ভেংকেটেছ প্ৰসাদৰ নাম মনোনীত কৰা হৈছে।
  • ইফালে, ফিল্ডিং প্ৰশিক্ষকৰ বাবে মনোনীত কৰা হৈছে আৰ শ্ৰীধাৰ, অভয় শৰ্মা আৰু টি দিলীপৰ নাম।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি