হৰ্ছ টেডিঙৰ আশংকাত উদ্বিগ্ন মহাজোঁট, কোকৰাঝাৰলৈ তলব বিপিএফৰ সকলো প্ৰাৰ্থী…

হৰ্ছ টেডিঙৰ আশংকাত উদ্বিগ্ন মহাজোঁট, কোকৰাঝাৰলৈ তলব বিপিএফৰ সকলো প্ৰাৰ্থী…
  • বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতে সকলো প্ৰাৰ্থীৰ বৈঠক।
  • বিপিএফৰ সকলো প্ৰাৰ্থীকে কোকৰাঝাৰলৈ তলব।
  • শুকুৰবাৰে বিয়লি মহিলাৰীৰ সৈতে বৈঠক মিলিত হোৱাৰ সম্ভাৱনা।
  • হৰ্ছ টেডিঙৰ আশংকাত উদ্বিগ্ন মহাজোঁট।
  • কাইলৈৰ ভিতৰত ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা।
  • মহাজোঁটৰ সৈতে বিজেপিৰ যোগাযোগৰ খবৰ।
  • এআইইউডিএফৰ ৪ গৰাকী প্ৰাৰ্থী ইতিমধ্যে বহিঃ ৰাজ্যলৈ প্ৰেৰণ।
  • ৰফিকুল ইছলাম আৰু আমিনুল ইছলামত বহিঃৰাজ্যলৈ প্ৰেৰণ।
  • আন ১৪ গৰাকী প্ৰাৰ্থীও শুকুৰবাৰে বহিঃ ৰাজ্যলৈ ৰাওনা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in