শেহতীয়া খবৰ
চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...  •  ডুমডুমাত চুৰি কৰিবলৈ গৈ গণপ্ৰহাৰত মৃত্যু যুৱকৰ...  •  বকোৰ মাৰুতী ফুডচ কোম্পানীৰ চাউল কেলেংকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰ্লিপ্তাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ

হৰ্ছ টেডিঙৰ আশংকাত উদ্বিগ্ন মহাজোঁট, কোকৰাঝাৰলৈ তলব বিপিএফৰ সকলো প্ৰাৰ্থী…

  • বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতে সকলো প্ৰাৰ্থীৰ বৈঠক।
  • বিপিএফৰ সকলো প্ৰাৰ্থীকে কোকৰাঝাৰলৈ তলব।
  • শুকুৰবাৰে বিয়লি মহিলাৰীৰ সৈতে বৈঠক মিলিত হোৱাৰ সম্ভাৱনা।
  • হৰ্ছ টেডিঙৰ আশংকাত উদ্বিগ্ন মহাজোঁট।
  • কাইলৈৰ ভিতৰত ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা।
  • মহাজোঁটৰ সৈতে বিজেপিৰ যোগাযোগৰ খবৰ।
  • এআইইউডিএফৰ ৪ গৰাকী প্ৰাৰ্থী ইতিমধ্যে বহিঃ ৰাজ্যলৈ প্ৰেৰণ।
  • ৰফিকুল ইছলাম আৰু আমিনুল ইছলামত বহিঃৰাজ্যলৈ প্ৰেৰণ।
  • আন ১৪ গৰাকী প্ৰাৰ্থীও শুকুৰবাৰে বহিঃ ৰাজ্যলৈ ৰাওনা হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি