অসম বন্ধৰ প্ৰভাৱ কত, কেনেকুৱা…

ফাইল ফটো
ফাইল ফটো
  • মহানগৰীত পৰা নাই অসম বন্ধৰ প্ৰভাৱ।
  • খোলা আছে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান।
  • বিদ্যালয়সমূহৰো পাঠদান চলিছে নিয়মীয়াকৈ।
  • অফিচ-কাছাৰীৰ কাম কাজ স্বাভাৱিকভাৱে চলি আছে।
  • ৰাজ্যৰ আন প্ৰান্তৰ পৰা বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰাৰ বাতৰি।
  • ডিব্ৰুগড়ত বন্ধৰ সমৰ্থকে গেলেৰীয়া ছবিগৃহ।
  • কাঞ্চনজংঘা ছবিৰ দৰ্শনী বন্ধ কৰাৰ চেষ্টা।
  • আৰক্ষীয়ে আটক কৰিছে কেইবাজনো বন্দ সমৰ্থকক।
  • ঠায়ে ঠায়ে বন্ধ সমৰ্থকে জ্বলাইছে টায়াৰ।
  • ৰাষ্ট্ৰীয় বজৰং দলে এন আৰ চিত বিৰুুদ্ধে এই বন্ধৰ আহ্বান কৰিছিল।
  • নলবাৰীতো বন্ধৰ আংশিক প্ৰভাৱ।
  • দলগাঁৱতো বন্ধৰ প্ৰভাৱ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in