শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

অসম বন্ধৰ প্ৰভাৱ কত, কেনেকুৱা…

1,193
  • মহানগৰীত পৰা নাই অসম বন্ধৰ প্ৰভাৱ।
  • খোলা আছে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান।
  • বিদ্যালয়সমূহৰো পাঠদান চলিছে নিয়মীয়াকৈ।
  • অফিচ-কাছাৰীৰ কাম কাজ স্বাভাৱিকভাৱে চলি আছে।
  • ৰাজ্যৰ আন প্ৰান্তৰ পৰা বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰাৰ বাতৰি।
  • ডিব্ৰুগড়ত বন্ধৰ সমৰ্থকে গেলেৰীয়া ছবিগৃহ।
  • কাঞ্চনজংঘা ছবিৰ দৰ্শনী বন্ধ কৰাৰ চেষ্টা।
  • আৰক্ষীয়ে আটক কৰিছে কেইবাজনো বন্দ সমৰ্থকক।
  • ঠায়ে ঠায়ে বন্ধ সমৰ্থকে জ্বলাইছে টায়াৰ।
  • ৰাষ্ট্ৰীয় বজৰং দলে এন আৰ চিত বিৰুুদ্ধে এই বন্ধৰ আহ্বান কৰিছিল।
  • নলবাৰীতো বন্ধৰ আংশিক প্ৰভাৱ।
  • দলগাঁৱতো বন্ধৰ প্ৰভাৱ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি