শেহতীয়া খবৰ
মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...

সদৌ অসম প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী…

152

ডিজিটেল ডেস্কঃ ৰান্ধনী সকলৰ দীৰ্ঘদিনীয়া সমস্যাক লৈ বৰ্তমানৰ চৰকাৰে খনে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। ২২ ফেব্ৰুৱাৰীত ৰাতিপুৱা ৬ বজাত চচলৰ পৰা জনতা ভৱনলৈ ৰাওনা হ’ব সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ণ ভোজন ৰান্ধনী আৰু সহায়িকা সন্থা।

প্ৰতিখন জিলাৰ প্ৰতিনিধিৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল লগ হৈ ৰাতিপুৱা ৮ বজাৰ পৰা বিয়লি ১ বজালৈ ৰুপায়ন কৰিব প্ৰতিবাদী কাৰ্যসূচী।প্ৰতিবাদৰ অংশ হিচাপে তেওঁলোকে মুখ্যমন্ত্ৰীলৈ এখন ৰাজহুৱা স্মাৰকো প্ৰদান কৰিব । ১৫০০ টকাৰে মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিয়াল চলাব পাৰিবনে বুলিও প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি