শেহতীয়া খবৰ
ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা, UPDATES  •  মুখ্যমন্ত্ৰীৰ ভাষণত জাতি-মাটি-ভেটি শ্ল'গানৰ পৰা হেৰাল জাতি  •  শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কিমান সুৰক্ষিত ইভিএম? ছাইবাৰ বিশেষজ্ঞৰ দাবী- ২০১৪ত হেক হৈছিল ইভিএম  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল  •  জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত অসমৰ যুৱক  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ

আজি ৰাজ্যজুৰি সকলো পাৰঘাটতে বন্ধ ফেৰী সেৱা

253
  • ৰাজ্যজুৰি অচল হৈ পৰিছে ফেৰী সেৱা।
  • ৬টাকৈ দাবীৰ সমৰ্থনত আভ্যন্তৰীণ জলপৰিবহণ কৰ্মচাৰীৰ প্ৰতিবাদ।
  • সকলো পাৰঘাটতে বন্ধ থাকিব ফেৰী সেৱা।
  • আজি পুৱা ৫ বজাৰ পৰা কাইলৈ পুৱা ৫ বজালৈকে প্ৰতিবাদ অব্যাহত থাকিব কৰ্মচাৰীসকলৰ।
  • গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত অচল ফেৰী সেৱা।
  • উত্তৰ গুৱাহাটীৰ পাৰঘাটত হাহাকাৰ পৰিস্থিতি।
  • ফেৰী নচলাত হাহাকাৰ লাগিছে পৰীক্ষাৰ্থী, কৰ্মচাৰীৰ মাজত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি