আজি ৰাজ্যজুৰি সকলো পাৰঘাটতে বন্ধ ফেৰী সেৱা

আজি ৰাজ্যজুৰি সকলো পাৰঘাটতে বন্ধ ফেৰী সেৱা
  • ৰাজ্যজুৰি অচল হৈ পৰিছে ফেৰী সেৱা।
  • ৬টাকৈ দাবীৰ সমৰ্থনত আভ্যন্তৰীণ জলপৰিবহণ কৰ্মচাৰীৰ প্ৰতিবাদ।
  • সকলো পাৰঘাটতে বন্ধ থাকিব ফেৰী সেৱা।
  • আজি পুৱা ৫ বজাৰ পৰা কাইলৈ পুৱা ৫ বজালৈকে প্ৰতিবাদ অব্যাহত থাকিব কৰ্মচাৰীসকলৰ।
  • গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত অচল ফেৰী সেৱা।
  • উত্তৰ গুৱাহাটীৰ পাৰঘাটত হাহাকাৰ পৰিস্থিতি।
  • ফেৰী নচলাত হাহাকাৰ লাগিছে পৰীক্ষাৰ্থী, কৰ্মচাৰীৰ মাজত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in