প্ৰখ্যাত বিজ্ঞাপন ছবি নিৰ্মাতা এলিক পদমছীৰ দেহাৱসান

প্ৰখ্যাত বিজ্ঞাপন ছবি নিৰ্মাতা এলিক পদমছীৰ দেহাৱসান
  • শনিবাৰে দেহাৱসান ঘটে প্ৰখ্যাত বিজ্ঞাপন ছবি নিৰ্মাতা এলিক পদমছীৰ।
  • মুম্বাইত ৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে এলিক পদমছীৰে।
  • এলিক থিয়েটাৰ, অভিনয়, প্ৰযোজনাৰে জড়িত আছিল।
  • এলিক পদমছীক ২০০০চনত পদ্মশ্ৰী সন্মানৰে সন্মানিত কৰা হৈছিল।
  • শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বহুজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in