মহাকাশত খোজকঢ়া প্ৰথমগৰাকীৰ মহাকাশযাত্ৰীৰ দেহাৱসান…

মহাকাশত খোজকঢ়া প্ৰথমগৰাকীৰ মহাকাশযাত্ৰীৰ দেহাৱসান…
  • মহাকাশত খোজকঢ়া প্ৰথমগৰাকী মহাকাশ যাত্ৰী এলিক্সেই লিউন'ভৰ দেহাৱসান।
  • দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকাৰ পাছত শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ।
  • ম'স্কোত শেষ নিশ্বাস ত্যাগ কৰে এলিক্সে লিউন'ভে।

এলিক্সেই লিউন'ভৰ প্রশিক্ষণৰ সময়ৰ এখন ফটো…
  • ৰাছিয়াৰ এই মহাকাশযাত্ৰীগৰাকীৰ মৃত্যুত শোক ব্যক্ত কৰে ৰাছিয়া মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষগৰাকীয়ে।
  • উল্লেখ্য যে, ১৯৬৫চনত প্ৰথমবাৰলৈ মহাকাশত খোজকঢ়া মহাকাশযাত্ৰী আছিল এলেক্সি লিউন'ভ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in