শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

‘লক্ষ্মী’ৰ পাছত এইবাৰ খিলাড়ী কুমাৰৰ ‘ৰাম সেতু’…

300

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ প্ৰতিটো বছৰে প্ৰায় ৩-৪খনকৈ ছবি মুক্তি লাভ কৰে। ৯ নবেম্বৰ অৰ্থাৎ সোমবাৰে লক্ষ্মী ছবিখন ডিজনি হ’টষ্টাৰত মুক্তি লাভ কৰাৰ পাছতে শনিবাৰে খিলাড়ী কুমাৰে আৰু এখন নতুন ছবিৰ কথা ঘোষণা কৰে।

নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত অক্ষয় কুমাৰে ‘ৰাম সেতু’ নামৰ ছবিখনৰ ঘোষণা কৰিছে। আৰু ফিল্মখনৰ এখন পোষ্টাৰো শ্বেয়াৰ কৰিছে অক্ষয় কুমাৰে। পোষ্টাৰখনত শ্ৰীৰামক দেখা পোৱা গৈছে আৰু তলত আছে অভিনেতাগৰাকী। লগতে ফটোখনত লিখা আছে যে, ‘সত্য নে কল্পনা’।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি