আক্ৰাছুৰ ২ নেতাক অপসাৰণ

আক্ৰাছুৰ ২ নেতাক অপসাৰণ
  • আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনক সামায়িকভাৱে অপসাৰণ।
  • আক্ৰাছুৰ উপ-সভাপতি মুকুল বৰুৱাকো বৰ্খাস্ত।
  • এই ঘোষণা আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ৰ।
  • কোকৰাঝাৰ কালিপুখুৰীৰ আক্ৰাছুৰ আঞ্চলিক কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদমেলযোগে এই ঘোষণা আক্ৰাছুৰ সভাপতিগৰাকীৰ।
  • সংবাদমেলত আক্ৰাছুৰ ১৪খন জিলাৰ প্ৰতিনিধিৰ অংশগ্ৰহণ।
  • সংবিধান বিৰোধী কাৰ্যকলাপৰ বাবে উক্ত সিদ্ধান্ত লোৱা বুলি সংবাদমেলত প্ৰকাশ।
  • নৱ কুমাৰ শৰণীয়াৰ প্ৰতি সমৰ্থন অব্যাহত থকাৰ ঘোষণা আক্ৰাছুৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in