শেহতীয়া খবৰ
বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনা, ওদালগুৰিত ক'ত কেনেকুৱা নিৰাপত্তা বেষ্টনী...  •  হিমাচলপ্ৰদেশৰ মানালী-কেইলং সংযোগী পথত পুনৰ যান-বাহন চলাচল আৰম্ভ...  •  গোৱালপাৰাতেই ছুইজাৰলেণ্ড! ক’ত আছে এই মনোৰম ঠাই...  •  ৰূপালী পৰ্দাৰ পি এম নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গোচৰ!  •  ইভিএমৰ টেম্পাৰিঙক লৈ চিন্তিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী!  •  হঠাৎ কিয় সুমতি হ’ল আম্বানীৰ? লোকসভা নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে ৰাহুলৰ বিৰুদ্ধে তৰা ৫০০০ কোটি টকীয়া মানহানিৰ গোচৰ প্ৰত্যাহাৰ...  •  বেজেৰাৰ সেহেনিপাৰাত জব্দ তেজপুৰৰ পিকআপ ভান, বাইহাটা থানালৈ অনাৰ পাছত অন্তৰ্ধান চালকসহ ২ যাত্ৰী...  •  ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO  •  দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন  •  পুৰণিগুদাম মিকিৰহাট নামঘৰৰ নৱনিৰ্মিত ভৱন উদ্ধোধন...

আক্ৰাছুৰ ২ নেতাক অপসাৰণ

605
  • আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনক সামায়িকভাৱে অপসাৰণ।
  • আক্ৰাছুৰ উপ-সভাপতি মুকুল বৰুৱাকো বৰ্খাস্ত।
  • এই ঘোষণা আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ৰ।
  • কোকৰাঝাৰ কালিপুখুৰীৰ আক্ৰাছুৰ আঞ্চলিক কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদমেলযোগে এই ঘোষণা আক্ৰাছুৰ সভাপতিগৰাকীৰ।
  • সংবাদমেলত আক্ৰাছুৰ ১৪খন জিলাৰ প্ৰতিনিধিৰ অংশগ্ৰহণ।
  • সংবিধান বিৰোধী কাৰ্যকলাপৰ বাবে উক্ত সিদ্ধান্ত লোৱা বুলি সংবাদমেলত প্ৰকাশ।
  • নৱ কুমাৰ শৰণীয়াৰ প্ৰতি সমৰ্থন অব্যাহত থকাৰ ঘোষণা আক্ৰাছুৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি