অখিল গগৈৰ পত্নী-পুত্ৰ আক্ৰান্ত কোৰোনাত…

অখিল গগৈৰ পত্নী-পুত্ৰ আক্ৰান্ত কোৰোনাত…

ডিজিটেল ডেস্কঃ অখিল গগৈৰ পত্নী-পুত্ৰ আক্ৰান্ত হৈছে কোৰোনাত। শিৱসাগৰৰ বিধায়কগৰাকীয়ে এই কথা ছচিয়েল মিডিয়াযোগে অৱগত কৰিছে। নিজা ফেচবুক পেইজত এটা ভিডিঅযোগে তেওঁ কয়-

সমূহ অসমবাসী ৰাইজৰ জ্ঞাতাৰ্থে জনাঁও যে মোৰ পুত্ৰ আৰু পত্নীৰ কভি'ড পজিটিভ।বৰ্তমান সময় লৈকে মোৰ পজিটিভ ওলোৱা নাই যদিও মই হো'ম কোৱাৰেন্টাইন হৈ আছো।সেয়ে অহা পাঁচ দিনলৈকে আমাৰ সাংগঠনিক লগতে দলীয় সকলো আন কাম কাজ বন্ধ থাকিব বুলি জনালোঁ।

উল্লেখ্য যে, ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা।যোৱা শুকুৰবাৰে ৫গৰাকী লোকৰ মৃত্যু হৈছে অসমত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in