শেহতীয়া খবৰ
অখিল গগৈৰ মুক্তিৰ দাবীত গোৱালপাৰাত গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ...  •  অখিল গগৈ কোভিড পজিটিভ, ভৰ্তি কৰা হ’ব জিএমচিএইচত...  •  বিধায়ক বলিন চেতিয়াৰ সংস্পৰ্শলৈ অহা সাংসদ প্ৰদান বৰুৱাক কোৱাৰেন্টাইন...  •  কৃষ্ণাইত শ্ৰীকান্ত ৰাভাৰ স্মৃতিত ‘পঢ়ুৱৈৰ আড্ডা’...  •  অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে গঠন কৰা হ’ব ক’ৰ কমিটী...  •  তামুলপুৰত নৈৰ বাঢ়নী পানীত থিয় হৈ ৰাইজৰ প্ৰতিবাদ...  •  গুৱাহাটীত আকৌ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা...  •  সোণৰ মাস্কৰ পাছত এইবাৰ বজাৰত হীৰাৰ মাস্কঃ দাম ৪লাখ টকা...  •  হৰ্ছ ট্ৰেডিঙেই কাল হ’ল ৰাজস্থানৰ দুই বিজেপি নেতাৰ  •  ১০০বছৰৰ ভিতৰত কোৰোনা হৈছে সবাতোকৈ ভয়ংকৰ স্বাস্থ্য আৰু আৰ্থিক সংকটঃ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ…

গুৰুতৰভাৱে অসুস্থ অখিল গগৈক কাৰাগাৰৰ পৰা প্ৰেৰণ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ…

482
  • কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ অখিল গগৈ।
  • অখিল গগৈক লৈ অহা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ।
  • গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ আছিল কৃষক নেতাগৰাকী।
  • জ্বৰ আৰু অন্যান্য ৰোগত আক্ৰান্ত অখিল গগৈ।
  • ১ মাৰ্চৰ পৰা কাৰাগাৰৰ ভিতৰতে অনশনত বহাৰ কথা আছিল কৃষক নেতাগৰাকী।
  • ‘কা’ বিৰোধী আন্দোলনত অংশ লোৱাৰ বাবেই পৰিকল্পিতভাৱে গ্ৰেপ্তাৰ্ কৰা হৈছিল অখিল গগৈক।
  • জাপি দিয়া হৈছিল অসম আৰক্ষীৰ অন্যান্য গোচৰৰ লগতে এনআইএৰ গোচৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি