গুৰুতৰভাৱে অসুস্থ অখিল গগৈক কাৰাগাৰৰ পৰা প্ৰেৰণ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ…

গুৰুতৰভাৱে অসুস্থ অখিল গগৈক কাৰাগাৰৰ পৰা প্ৰেৰণ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ…
  • কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ অখিল গগৈ।
  • অখিল গগৈক লৈ অহা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ।
  • গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ আছিল কৃষক নেতাগৰাকী।
  • জ্বৰ আৰু অন্যান্য ৰোগত আক্ৰান্ত অখিল গগৈ।
  • ১ মাৰ্চৰ পৰা কাৰাগাৰৰ ভিতৰতে অনশনত বহাৰ কথা আছিল কৃষক নেতাগৰাকী।
  • 'কা' বিৰোধী আন্দোলনত অংশ লোৱাৰ বাবেই পৰিকল্পিতভাৱে গ্ৰেপ্তাৰ্ কৰা হৈছিল অখিল গগৈক।
  • জাপি দিয়া হৈছিল অসম আৰক্ষীৰ অন্যান্য গোচৰৰ লগতে এনআইএৰ গোচৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in