অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে বাকী আছে মাথোঁ ৬ টা দিন…

অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে বাকী আছে মাথোঁ ৬ টা দিন…
  • নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ যোৰহাটত কৃষক নেতা অখিল গগৈৰ সংবাদমেল।
  • 'সংবাদমেলত অখিল গগৈয়ে কয় – চৰকাৰে সংঘাত আৰু বিভাজনৰ পথ বাচি লৈছে।'
  • 'আন্দোলনকাৰীৰ ওপৰত নিৰ্যাতন দুৰ্ভাগ্যজনক।'
  • 'উজনিৰ প্ৰতিখন জিলাৰ ৰাইজ জাতিদ্ৰোহী বিধেয়কৰ বিৰুদ্ধে যুঁজিবলৈ সাজু।'
  • 'নলবাৰী ঘটনাক নিন্দা কৃষক নেতাজনৰ।'
  • 'তিনিচুকীয়াৰ ঘটনাত অভিযুক্ত কৰি জাতীয় সংগঠনৰ নেতাক গ্ৰেপ্তাৰ কৰিলে, কিন্তু নলবাৰীৰ ঘটনাত জড়িত গুণ্ডা বাহিনীক আজিও গ্ৰেপ্তাৰ নকৰিলে ।'
  • 'উন্নয়নৰ প্ৰতি গুৰুত্ব নাই বিজেপিৰ।'
  • 'বিভাজনৰ জৰিয়তে হিন্দুক সংস্থাপনেই মুখ্য ইছ্যু বিজেপিৰ।'
  • 'অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে বাকী আছে মাথোঁ ছটা দিন।'
  • 'সকলোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান অখিল গগৈৰ।'
  • 'মিথ্যাচাৰৰ আশ্ৰয় লৈ অসমীয়া ৰাইজক বিভ্ৰান্ত কৰিছে সোণোৱাল চৰকাৰে।'
  • ৰাজনৈতিকভাৱে নহয়, অৰ্থনৈতিকভাৱেও অসমীয়াক এই বিধেয়কখনে বিকলাংগ কৰিব বুলি মন্তব্য অখিল গগৈৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in