শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিব অখিলে গগৈয়ে ! ধৰ্য্য কোঁৱৰে সংগ্ৰহ কৰিলে মনোনয়ন পত্ৰ…

শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিব অখিলে গগৈয়ে ! ধৰ্য্য কোঁৱৰে সংগ্ৰহ কৰিলে মনোনয়ন পত্ৰ…

ডিজিটেল ডেস্ক : অখিল গগৈৰ হৈ শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰিলে কৃষক নেতা ধৰ্য্য কোঁৱৰে । ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিত প্ৰতিদন্দিতা আগবঢ়াৱ কৃষক নেতা গৰাকীয়ে ।

অখিল গগৈৰ হৈ মনোনয়ন পত্ৰ সংগ্ৰহ কৰি ধৈৰ্য্য কোঁৱৰে কয় যে মনোনয়ন পত্ৰ সংগ্ৰহ কৰা হৈছে যেতিয়া অখিল গগৈ এই সমষ্টিত প্ৰতিদন্দিতা কৰাটো নিশ্চিত । ৰাইজৰ আশা আৰু উৎসাহেৰে অখিল গগৈ শিবসাগৰৰ বিধায়ক ৰূপে নিৰ্বাচিত হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in