অসমত এতিয়াও জোৰদাৰ আন্দোলন হোৱা নাইঃ কাৰাৰুদ্ধ অখিল গগৈৰ আক্ষেপ…VIDEO

অসমত এতিয়াও জোৰদাৰ আন্দোলন হোৱা নাইঃ কাৰাৰুদ্ধ অখিল গগৈৰ আক্ষেপ…VIDEO
  • শুকুৰবাৰে পুৱাই NIAৰ বিশেষ আদালতত হাজিৰ কৰা হয় কৃষক নেতা অখিল গগৈক।
  • আদালতৰ চৌহদতে সকলোকে ঐক্যবদ্ধ আন্দোলন কৰিবলৈ আহ্বান অখিল গগৈৰ।
  • ১৪ দিনৰ ন্যায়িক জিম্মাৰ অন্তত পুনৰ কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয় অখিল গগৈক।
  • উল্লেখ্য যে, কৃষক নেতাগৰাকীক মুক্তিৰ দাবীত ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্ত সাব্যস্ত হৈছে প্ৰতিবাদ।
  • দেশৰ কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে গগৈৰ মুক্তিৰ দাবীৰে অব্যাহত ৰাখিছে প্ৰতিবাদ।
  • চৰকাৰক বাধ্য কৰিব পৰাকৈ অসমত এতিয়াও জোৰদাৰ আন্দোলন হোৱা নাইঃ অখিল গগৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in