দেহত কোৰোনাৰ লক্ষণ! কাৰাগাৰত পুনৰ অসুস্থ অখিল গগৈ…

দেহত কোৰোনাৰ লক্ষণ! কাৰাগাৰত পুনৰ অসুস্থ অখিল গগৈ…
  • পুনৰ কাৰাগাৰত অসুস্থ হৈ পৰিছে কৃষক নেতা অখিল গগৈ।
  • কাৰাগাৰত চিকিৎসা বঞ্চিত কৃষক নেতা গৰাকীৰ স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি।
  • ইতিমধ্যে এই বিষয়ক লৈ সামাজিক মাধ্যমকে ধৰি বিভিন্ন মাধ্যমত তীব্ৰ চৰ্চা হৈছে।
  • কৃষক নেতাগৰাকীৰ দেহত কোৰোনাৰ লক্ষণে দেখা দিছে বুলি হৈছে চৰ্চা।
  • উল্লেখ্য যে, কা বিৰোধী আন্দোলনৰ পিছৰে পৰা কাৰাবন্দী হৈ আছে অখিল গগৈ।
  • বিভিন্ন নতুন গোচৰেৰে জামিন লাভ কৰাৰ পাছতো বন্দী হৈ আছে গগৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in