ড০ হীৰেণ গোহাঁইৰ পাছতেই অখিল গগৈ-মনজিৎ মহন্তৰ বিৰুদ্ধেও দেশদ্ৰোহিতাৰ গোচৰ…

  • কৃষক নেতা অখিল গগৈ আৰু মনজিৎ মহন্তৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহিতাৰ গোচৰ ৰুজু।
  • লতাশিল থানাত ৰুজু কৰা হৈছে এই গোচৰ।
  • আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে দুয়োজনৰ বিৰুদ্ধে।
  • ড০ হীৰেণ গোঁহাইৰ পিছতেই অখিল গগৈ আৰু মনজিৎ মহন্তৰ বিৰুদ্ধেও ৰুজু কৰা হয় একেই গোচৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in