কাৰাগাৰত অনশনত বহিব অখিল গগৈ…

কাৰাগাৰত অনশনত বহিব অখিল গগৈ…
  • মঙলবাৰে নিয়াৰ আদালতত হাজিৰ কৰোৱা হ'ল কৃষক নেতা অখিল গগৈক।
  • লগতে হাজিৰ কৰোৱা হ'ল ধৈৰ্য কোঁৱৰ, বিতু সোণোৱালকো।
  • কৃষক নেতা কেইজনক মুক্তিৰ দাবীত আদালতৰ বাহিৰত প্ৰতিবাদ।
  • শ শ লোকে প্ৰতিবাদ ৰুদ্ধ কৰাৰ চেষ্টা আৰক্ষীৰ।
  • আদালতৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা বেষ্টনী।
  • ইফালে কাৰাগাৰতে অনশনত বহাৰ কথা ক'লে অখিল গগৈয়ে।
  • আন্দোলন তীব্ৰতৰ কৰিবলৈও আহ্বান জনালে কৃষক নেতাগৰাকীয়ে।
  • ৬ নং দফাক লৈ চৰকাৰে অসমবাসীক ফাঁকি দিয়া বুলিও মন্তব্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in