জিলা প্ৰসাশনে জিগনেশ মেৱানীক সাক্ষাৎ কৰিবলৈ অনুমতি নিদিলে অখিল গগৈক

জিলা প্ৰসাশনে জিগনেশ মেৱানীক সাক্ষাৎ কৰিবলৈ অনুমতি নিদিলে  অখিল গগৈক

ডিজিটেল সংবাদ, কোকৰাঝাৰ: গুজৰাটৰ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক সাক্ষাৎ কৰিবলৈ কোকৰাঝাৰত উপস্থিত হয় অখিল গগৈ । কিন্তু জিলা প্ৰসাশনে জিগনেশ মেৱানীক সাক্ষাৎ কৰিবলৈ অনুমতি প্ৰদান নকৰিলে অখিল গগৈক ।

সম্প্ৰতি আৰক্ষীৰ তিনিদিনৰ জিন্মাত আছে জিগনেশ মেৱানীক । বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ অখিল গগৈৰ । প্ৰদেশ কংগ্ৰেছৰ নেৰ্তৃবৰ্গও উপস্থিত কোকৰাঝাৰত । কোকৰাঝাৰত সম্প্ৰতি উত্তাল পৰিৱেশ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in