দিল্লীত এবিভিপিৰ প্ৰতিবাদী মিছিল বাহিৰ…

দিল্লীত এবিভিপিৰ প্ৰতিবাদী মিছিল বাহিৰ…
  • দিল্লীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি)ৰ প্ৰতিবাদী মিছিল বাহিৰ।
  • এবিভিপিৰ এই মিছিলক পাৰ্লিয়ামেন্ট ষ্ট্ৰীট আৰক্ষী থানাৰ সমূপত বাধা প্ৰদান।
  • আৰক্ষীয়ে এই মিছিল আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰে।
  • জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ লগতে বহু দাবীৰে বাহিৰ কৰে এই মিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in