শেহতীয়া খবৰ
সীমান্তত ভাৰতীয় সেনালৈ লক্ষ্য কৰি পাক সেনাৰ গুলীচালনা...  •  বকোত গেলামালৰ দোকানীৰ দেহত COVID-19  •  বিয়াত সুৰা সেৱন কৰাত নাই কোনো বাধাঃ চৰকাৰে দিলে এই নিৰ্দেশ, ক'ত?  •  নাগালেণ্ডত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৫৩৫লৈ বৃদ্ধি...  •  বিশ্বনাথত পুনৰ ১৫ গৰাকী লোকৰ দেহত COVID-19  •  সংঘাতৰ মাজতে লাডাখলৈ যাব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং...  •  কোৰোনাঃ জুন মাহত ভাৰতত আক্ৰান্তৰ সংখ্যা দেখিলে আচৰিত হ'ব আপুনি...  •  চীনক ভাৰতে দিলে আন এক প্ৰচণ্ড আঘাত...  •  আমৰিকাত ২৪ঘন্টাত ৫২হাজাৰ লোকৰ দেহত ধৰা পৰিছে কোৰোনা...  •  ৰোগীয়ে ব্যৱহাৰ কৰা চেলাইন-বেজীৰ টোপোলা চিকিৎসা কৰ্মীয়ে পেলালে জীয়াঢলত, তদন্ত কৰিবলৈ উপস্থিত জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক...

দিল্লীত এবিভিপিৰ প্ৰতিবাদী মিছিল বাহিৰ…

42
  • দিল্লীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি)ৰ প্ৰতিবাদী মিছিল বাহিৰ।
  • এবিভিপিৰ এই মিছিলক পাৰ্লিয়ামেন্ট ষ্ট্ৰীট আৰক্ষী থানাৰ সমূপত বাধা প্ৰদান।
  • আৰক্ষীয়ে এই মিছিল আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰে।
  • জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ লগতে বহু দাবীৰে বাহিৰ কৰে এই মিছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি