ইনাৰলাইন পাৰ্মিটৰ দাবীত ৰাজ্যজুৰি এঃজেঃৱাইঃচিঃপিৰ প্ৰতিবাদী কাৰ্যসূচী

ইনাৰলাইন পাৰ্মিটৰ দাবীত ৰাজ্যজুৰি এঃজেঃৱাইঃচিঃপিৰ প্ৰতিবাদী কাৰ্যসূচী
  • অসমত আন্ত:ৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবী।
  • ৰহাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল।
  • সংগঠনটোৰ ৰহা আঞ্চলিক সমিতিয়ে বৃহস্পতিবাৰে সন্ধিয়া সাব্যস্ত কৰে প্ৰতিবাদ।
  • ৰাজ্যত পাৰপত্ৰ প্ৰদানৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী সংগঠনটোৰ।
  • চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল প্ৰতিবাদ সংগঠনটোৰ।
  • শীঘ্ৰে চৰকাৰক ব্যৱস্থা লোৱাৰ দাবী প্ৰতিবাদকাৰীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in