মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
  • মাৰ্ঘেৰিটাত প্ৰতিবাদ সাব্যস্ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ।
  • উত্তৰ-পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ।
  • মুখ্য প্ৰৱেশদ্বাৰত তলা বন্ধ কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে।
  • কল ইণ্ডিয়াত কৰ্মৰত সুৰক্ষা কৰ্মীসকলক চাটাই কৰাৰ বিৰুদ্ধে প্ৰতিবাদ।
  • ইফালে প্ৰতিবাদত ভাগ লৈছে চাটাই কৰা কৰ্মচাৰীসকলেও।
  • শীঘ্ৰে কৰ্মচাৰীসকলক পুনৰ সংস্থাপন কৰাৰ দাবী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in