মঙলদৈত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ…

মঙলদৈত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ।লুৰিনজ্যোতি গগৈৰ ওপৰত কৰা আক্ৰমণৰ প্ৰতিবাদত মঙলদৈত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ । নলবাৰীত সংঘটিত অসম জাতীয় পৰিষদৰ নেতা লুৰিনজ্যোতি গগৈৰ আক্ৰমণৰ প্ৰতিবাদত মঙ্গল বাৰে দৰং জিলা অসম জাতীয় পৰিষদৰ কৰ্মী সকলে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিলে ৷

প্ৰতিবাদকাৰী সকলে বিজেপি হুচিয়াৰ, বিজেপিৰ গুণ্ডাগিৰী নচলিব, দুষ্কৃতিকাৰীক গ্ৰেফটাৰ কৰক আদি শ্লো-গানেৰে পৰিবেশ উত্তাল কৰি টোলে ৷ মঙলদৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কৰা প্ৰতিবাদি কাৰ্যসূচীত পৰিষদৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হ'ল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in