শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

কোন কোন আছে নৱ গঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ আহ্বায়ক কমিটিত…

17,107

ডিজিটেল ডেস্ক : আছুৰ নেতৃত্বত ৰাজ্যত নতুনকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ আহ্বায়ক কমিটি গঠন । আহ্বায়ক কমিটি খনত মুখ্য আহ্বায়ক ৰূপে আছে ড০ কৃষ্ণগোপাল ভট্টচাৰ্য্য আৰু বসন্ত ডেকা । সমন্বয়ক হিচাপে আছে জগদীশ ভূঞা । ইফালে আহ্বায়ক কমিটি খনত সদস্য হিচাপে আছে চিত্তৰঞ্জন বসুমতাৰী,ৰাজু ফুকন,হৰেন চুতীয়া,মিৰণ দেবী,ইজৰাইল নন্দ,জামান ওৱাহেদুৰ খণ্ডকৰ,জান বৰা,দীপক হাজৰিকা,বীৰেশ্বৰ মেধী,আনিছুৰ ৰহমান,অমল ডেকা,ডেটাং নাইডিং,ইমদাদ হুচেইন,ৰাজীৱ ভট্টচাৰ্য্য, আনন্ত নাৰায়ন ভট্টচাৰ্য্য,ছাডিল জামাল,বিশ্বজিত টিপমীয়া,পলাশ ৰঞ্জন বৰুৱা,চন্দন সন্দিকৈ,বন্তি হাজৰিকা,লাকীমনি বৰুৱা,মণিষ নাথ,শিবৰাম মৰাং,বীৰেণ বৰুৱা, এছ এছ হুদাচৌধুৰী,ফকৰুল ইছলাম মজুমদাৰ,এছ এছ সাগৰ গৌড়,বিজয় কুমাৰ দাস আৰু দেৱজিৎ গোস্বামী ।

আনহাতে আহ্বায়ক কমিটীত প্ৰয়োজন অনুসৰি নতুন সদস্য অন্তৰ্ভূক্ত কৰা হব বুলি প্ৰেছ বিজ্ঞাপ্তি যোগে জনাই মুখ্য আহ্বায়ক বসন্ত শইকীয়াই ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি