শেহতীয়া খবৰ
মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি অভিনেতা সঞ্জয় দত্ত...  •  ৰাজ্যত পুনৰ ২২১৮ জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৫৭,৭১৪জনলৈ বৃদ্ধি...  •  দৰঙত কোভিডত আক্ৰান্তৰ সংখ্যা ১৭৩০ জনলৈ বৃদ্ধি..  •  ৰাজ্যৰ আৰু এগৰাকী বিধায়ক আক্ৰান্ত কোৰোনাত...  •  সুশান্ত সিঙে কাম অভাৱত আত্মহত্যা কৰা নাছিল! মৃত্যুৰ আগদিনাও পাইছিল দুখন চিনেমাৰ অফাৰ...  •  কোভিড-১৯ঃ ৰাজ্যত পুনৰ ১৭৮২জন লোক হৈছে সুস্থ...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ৮জনৰ মৃত্যু...  •  ৫ শ্ৰেষ্ঠ ৰম্যপূৰীৰ অন্যতম পানীমূৰ-উমৰাংছুত শগুণ পৰাদি পৰিছে চূণশিল-কয়লা-বালি-শিলৰ লুন্ঠনকাৰী নেতা...  •  বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু শিলচৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ কৃত্বিত্বৰ বঁটা...  •  দেশৰ প্ৰতিটো প্ৰান্তত পাব হাইস্পিড ইন্টাৰনেট, বিএছএনএলৰ ‘BookMyFiber’ পৰ্টেল মুকলি...

গালোৱানত ভাৰতীয় সেনাৰ সাহস আৰু বলিদানক লৈ ছবি নিৰ্মাণ কৰিব অজয়ে…

437

ডিজিটেল ডেস্কঃ লাডাখৰ গালোৱানত ভাৰতীয় সেনাৰ বলিদানক লৈ ছবি নিৰ্মাণ কৰিব অভিনেতা তথা প্ৰযোজক অজয় দেৱগণে। শেহতীয়াকৈ এই কথা প্ৰকাশ কৰিছে বিশিষ্ট ছবি সমালোচক তৰণ আদৰ্শই। টুইটাৰযোগে তেওঁ জনায় যে, অজয়ে এই ছবিখনৰ প্ৰযোজনা কৰিব। যদিও এতিয়ালৈকে ছবিখনৰ নাম আৰু কোনে অভিনয় কৰিব তাক লৈ কোনো চূড়ান্ত সিদ্ধান্ত হোৱা নাই।’

এই ছবিখনত অভিনেতা অজয়ে অভিনয় কৰিবনে নকৰে তাক লৈ কোনোধৰণৰ কথা উল্লেখ কৰা নাই তৰণ আদৰ্শই। উল্লেখ্য যে, চলিত বৰ্ষৰ ১৫জুনত গালোৱানত সংঘটিত হোৱা চীনা আৰু ভাৰতীয় সেনাৰ সংঘৰ্ষত নিহত হৈছিল ২০জনকৈ ভাৰতীয় জোৱান। ইয়াৰ পাছতে চীন-ভাৰতৰ সম্পৰ্ক অদিক অৱনতি ঘটিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি