বিধায়ক শিলাদিত্য দেৱক পাগল আখ্যা দিলে কোনে…

ফাইল ফটো
ফাইল ফটো
  • মঙলবাৰে হাটশিঙিমাৰীত এন আৰ চিক লৈ এ আই ইউ ডি এফৰ সংবাদমেল।
  • বিধায়ক শিলাদিত্য দেৱে মুছলিম বিদ্বেষী কথা কোৱাৰ অভিযোগ।
  • বিধায়কজনক পাগল আখ্যা।
  • তেওঁৰ কথাক আমি গুৰুত্ব নিদিওঁ।
  • এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক আমিনুল ইছলামে অনুষ্ঠিত কৰে এই সংবাদমেল।
  • এন আৰ চিক লৈ অসম চৰকাৰে ষড়যন্ত্ৰ চলাবলৈ আৰম্ভ কৰিছে।
  • আমাক এন আৰ চি লাগিব, হিন্দু মুছলিম যিয়েই নহওঁক, বিদেশী বিদেশীয়ে হয়, চিনাক্ত বিদেশীৰ ক্ষেত্ৰত চৰকাৰে আইনগত ব্যৱস্থা লওক।
  • কিন্তু এন আৰ চিৰ নামত বাৰে বাৰে নিৰীক্ষণ কৰি হাৰাশাস্তি দিয়া আমি সহ্য নকৰো।
  • মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ জৰিয়তে এন আৰ চি প্ৰসংগ আনিব বিচৰাৰ বিৰোধিতা কৰি মঙলবাৰে সম্বোধন কৰে সংবাদমেলৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in