এআইইউডিএফৰ ১৬ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা…

এআইইউডিএফৰ ১৬ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা…
  • এআইইউডিএফৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা।
  • মুঠ ১৬জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে এআইইউডিএফে।
  • ঘোষণা প্ৰাৰ্থীৰ তালিকাখন ক্ৰমে-
  • যমুনামুখ- ছিৰাজউদ্দিন আজমল।
  • বিলাসীপাৰা পশ্চিম- হাফিজ বাশ্বিৰ আহমেদ।
  • মানকাচাৰ- আমিনুল ইছলাম।
  • ধুবুৰী- নাজৰুল হক।
  • গৌৰীপুৰ- নিজানুৰ ৰহমান।
  • ভাৱানীপুৰ- ফণী তালুকদাৰ।
  • সোণাই- কৰিম উদ্দিন বৰভূঞা।
  • ধিং- আলহাজ আমিনুল ইছলাম।
  • জোনাই- হাফিজ ৰফিকুল ইছলাম।
  • আলগাপুৰ- নিজামুদ্দিন চৌধুৰী।
  • কাটলিচেৰা- সুজাম উদ্দিন লস্কৰ।
  • সৰুক্ষেত্ৰী- মিনাক্ষী ৰহমান।
  • জলেশ্বৰ- ৰফিকুল ইছলাম।
  • দলগাঁও- মুজিবুৰ ৰহমান।
  • চেঙা- আশ্ৰাফুল হুছেইন।
  • বাগবৰ- ৰাজীৱ আহমেদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in