এআইইউডিএফৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকাত কাৰ নাম

ফাইল ফটো
ফাইল ফটো
  • এআইইউডিএফে শনিবাৰে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম তালিকা।
  • ৩টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম তালিকা প্ৰকাশ কৰিলে দলটোৱে।
  • ধুবুৰীত প্ৰতিদ্বন্দ্বিতা কৰিব বদৰুদ্দিন আজমলে।
  • বৰপেটাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান ড০ হাফিজ ৰফিকুল ইছলামক।
  • কৰিমগঞ্জ সমষ্টিৰ বাবে পূৰ্বৰ সাংসদজনকে প্ৰদান কৰিলে প্ৰাৰ্থিত্ব।
  • সাংসদ ৰাধেশ্যাম বিশ্বাসে লাভ কৰিলে কৰিমগঞ্জৰ প্ৰাৰ্থিত্ব।
  • ইফালে শীঘ্ৰে আন ৫টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব এআইইউডিএফে।
  • শিলচৰ, নগাঁও, কলিয়াবৰ, মঙলদৈ আৰু তেজপুৰ সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব দলটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in