শেহতীয়া খবৰ
লামডিঙত ভাৰতীয় জীৱন বীমা নিগমৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড...  •  ২৫ দিনৰ মূৰতহে হাঁহিছে এইজন পিতৃয়ে!  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  অসমত আকৌ ৩২২জন কোভিড পজিটিভ, ২ জনে হেৰুৱাইছে প্ৰাণ...  •  ঘৰতে লাভ কৰিব ড্ৰাইভিং লাইচেঞ্চ...  •  ‘শংকৰদেৱ উদ্যান ধ্বংস কাৰ্য’ৰ বিৰুদ্ধে জ্যেষ্ঠ নাগৰিকৰ মানৱ শৃংখল কাৰ্যসূচী...  •  জঘন্য ঘটনা! তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰীক যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ অভিযুক্তক...  •  সন্তানসহ বিধায়কৰ হত্যাৰে জড়িত গুলীবৃদ্ধ উগ্ৰপন্থী নেতাক নগাঁৱৰ চিকিৎসালয়ত নিয়াই কৰিব জেৰা...  •  দুখীয়া ৰোগীৰ চিকিৎসাৰ বাবে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ চেক বিতৰণ...

টাটা গ্ৰুপৰ অধীনলৈ এয়াৰ ইণ্ডিয়া…

  • ৰাজহুৱা খণ্ডৰ এয়াৰ ইণ্ডিয়া টাটা গ্ৰুপৰ নিয়ন্ত্ৰণলৈ আহিল।
  • এয়াৰ ইণ্ডিয়াৰ বিক্ৰী প্ৰক্ৰিয়াত টাটা গ্ৰুপে আটাইতকৈ বেছি মূল্যৰ নিবদা ।
  • ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি এয়াৰ ইণ্ডিয়াৰ বাবে পেনেলে টাটা গ্ৰুপক নিৰ্বাচিত কৰিছে।
  • শীঘ্ৰে এই বিষয়ে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ সম্ভাৱনা আছে।
  • চলিত বৰ্ষৰ ডিচেম্বৰত আনুষ্ঠানিকভাৱে এয়াৰ ইণ্ডিয়া টাটা গ্ৰুপৰ অধীনলৈ যোৱাৰ সম্ভাৱনা আছে।
  • মন কৰিবলগীয়া যে ১৯৩২ চনতে জে আৰ ডি টাটাই টাটা এয়াৰ লাইনছ প্ৰতিষ্ঠা কৰিছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি