টাটা গ্ৰুপৰ অধীনলৈ এয়াৰ ইণ্ডিয়া…

টাটা গ্ৰুপৰ অধীনলৈ এয়াৰ ইণ্ডিয়া…
  • ৰাজহুৱা খণ্ডৰ এয়াৰ ইণ্ডিয়া টাটা গ্ৰুপৰ নিয়ন্ত্ৰণলৈ আহিল।
  • এয়াৰ ইণ্ডিয়াৰ বিক্ৰী প্ৰক্ৰিয়াত টাটা গ্ৰুপে আটাইতকৈ বেছি মূল্যৰ নিবদা ।
  • ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি এয়াৰ ইণ্ডিয়াৰ বাবে পেনেলে টাটা গ্ৰুপক নিৰ্বাচিত কৰিছে।
  • শীঘ্ৰে এই বিষয়ে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ সম্ভাৱনা আছে।
  • চলিত বৰ্ষৰ ডিচেম্বৰত আনুষ্ঠানিকভাৱে এয়াৰ ইণ্ডিয়া টাটা গ্ৰুপৰ অধীনলৈ যোৱাৰ সম্ভাৱনা আছে।
  • মন কৰিবলগীয়া যে ১৯৩২ চনতে জে আৰ ডি টাটাই টাটা এয়াৰ লাইনছ প্ৰতিষ্ঠা কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in