মুম্বাইত বিমানৰ পৰা বাগৰিল কৰ্মচাৰী

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • সোমবাৰে পুৱা মুম্বাইত সংঘটিত বিমান বন্দৰত সংঘটিত হয় ঘটন।
  • এয়াৰ ইণ্ডিয়াৰ এগৰাকী কৰ্মচাৰী বাগৰি পৰে বিমানৰ পৰা।
  • মুম্বাইৰ পৰা দিল্লী অভিমুখে ৰাওনা হ'বলৈ লোৱা সময়তে বিমানৰ পৰা বাগৰি পৰে কৰ্মচাৰীগৰাকী।
  • বৰ্তমান কৰ্মচাৰীগৰাকীক মুম্বাইৰ নানাৱটী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in