বাজপেয়ী আৰু নাই, বিয়লি ৫.০৫ বজাত এইমছত শেষ নিশ্বাস ত্যাগ

বাজপেয়ী আৰু নাই, বিয়লি ৫.০৫ বজাত এইমছত শেষ নিশ্বাস ত্যাগ
  • প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু নাই
  • বিয়লি ৫.০৫ বজাত এইমছত শেষ নিশ্বাস ত্যাগ কৰিলে অটল বিহাৰী বাজপেয়ীয়ে।
  • এইমছ কৰ্তৃপক্ষই বিবৃতিযোগে সদৰী কৰে এই তথ্য।
  • যোৱা দুমাহ ধৰি এইমছত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।
  • শেহতীয়াকৈ লাইফ ছাপৰ্টিং ছিষ্টেমত আছিল বাজপেয়ী।
  • ৯৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বাজপেয়ীয়ে।
  • তেওঁ প্ৰধানমন্ত্ৰীৰূপে ১৯৯৯চনৰ পৰা ২০০৪চনলৈ ৫বছৰ কাৰ্যকাল সম্পন্ন কৰিছিল।
  • ৫ বছৰ কাৰ্যকাল সম্পন্ন কৰা তেওঁ আছিল প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰী।
  • বাজপেয়ী আছিল এজন সুবক্তা আৰু কবি।
  • তেওঁৰ মৃত্যুত দেশজুৰি শোকৰ লহৰ।
  • ভাৰতীয় ৰাজনৈতিক ইতিহাসত অতি জনপ্ৰিয় ৰাজনীতিবিদ আছিল অটল বিহাৰী বাজপেয়ী।

ক্লিক কৰকঃ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in