শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

এখন চৰকাৰে যদি মানুহ জীৱন ৰক্ষা কৰিবলৈ সক্ষম নহয়,তেনেহ’লে বিফল হৈছে : আসাদুদ্দিন ওৱাইচি

269

ডিজিটেল ডেস্ক : পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পিছতে হোৱা হিংসাত্মক ঘটনাত প্ৰায় ১২ জন লোক নিহত হয় । এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আসাদুদ্দিন ওৱাইচিয়ে । যদি এখন চৰকাৰে মানুহৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম নহয়, ই বিফল হৈছে বুলি মন্তব্য কৰে ওৱাইচিয়ে ।

ইফালে এএনআইত তেওঁ কয় যে- ‘জীৱনৰ অধিকাৰ এটা মৌলিক অধিকাৰ। মানুহৰ জীৱন সুৰক্ষিত কৰাটো যিকোনো চৰকাৰৰ প্ৰথম কৰ্তব্য হ’ব লাগে। যদি তেওঁলোকে নকৰে, তেওঁলোকে তেওঁলোকৰ মৌলিক কৰ্তব্যত বিফল হৈছে। আমাৰ ভাৰতৰ যিকোনো প্ৰকাৰে জীৱন সুৰক্ষিত কৰাত কোনো চৰকাৰৰ ব্যৰ্থতাক গৰিহণা দিছো।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি