এখন চৰকাৰে যদি মানুহ জীৱন ৰক্ষা কৰিবলৈ সক্ষম নহয়,তেনেহ’লে বিফল হৈছে : আসাদুদ্দিন ওৱাইচি

এখন চৰকাৰে যদি মানুহ জীৱন ৰক্ষা কৰিবলৈ সক্ষম নহয়,তেনেহ’লে বিফল হৈছে : আসাদুদ্দিন ওৱাইচি

ডিজিটেল ডেস্ক : পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পিছতে হোৱা হিংসাত্মক ঘটনাত প্ৰায় ১২ জন লোক নিহত হয় । এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আসাদুদ্দিন ওৱাইচিয়ে । যদি এখন চৰকাৰে মানুহৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম নহয়, ই বিফল হৈছে বুলি মন্তব্য কৰে ওৱাইচিয়ে ।

ইফালে এএনআইত তেওঁ কয় যে- 'জীৱনৰ অধিকাৰ এটা মৌলিক অধিকাৰ। মানুহৰ জীৱন সুৰক্ষিত কৰাটো যিকোনো চৰকাৰৰ প্ৰথম কৰ্তব্য হ'ব লাগে। যদি তেওঁলোকে নকৰে, তেওঁলোকে তেওঁলোকৰ মৌলিক কৰ্তব্যত বিফল হৈছে। আমাৰ ভাৰতৰ যিকোনো প্ৰকাৰে জীৱন সুৰক্ষিত কৰাত কোনো চৰকাৰৰ ব্যৰ্থতাক গৰিহণা দিছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in