এ আই বি এ ৱ’ৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতৰ মঞ্জু ৰাণী…

এ আই বি এ ৱ’ৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতৰ মঞ্জু ৰাণী…
  • এ আই বি এ ৱ'ৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় মহিলা বক্সাৰ মঞ্জু ৰাণী।
  • ৪৫-৪৮ কেজি শাখাত মঞ্জুৰাণীয়ে থাইলেণ্ডৰ ছুকমত ৰকছতক পৰাস্ত কৰে।
  • ৪-১ পইন্টত থাইলেণ্ডৰ বক্সাৰগৰাকীক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে মঞ্জু ৰাণীয়ে।
  • মঞ্জু ৰাণীৰ এই সফলতাই ভাৰতক আৰু এটা সোণৰ পদক অৰ্জনৰ দিশে আগুৱাই নিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in