শেহতীয়া খবৰ
পুৰণিগুদামত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শিল্পী দিৱস উদযাপন  •  চৰাইদেউত উদঙীয়া ম’হৰ আক্ৰমণত আহত এজন যুৱক  •  ঢকুৱাখনাৰ "শংকৰ মাধৱ ক্ষেত্ৰ"ৰ শিশু ভাওনা সমাৰোহত দৰ্শকৰ ব্যাপক সমাগম, দ্বিতীয় দিনা যোৰহাটৰ "সীতা হৰণ বালি বধ" ভাওনা প্ৰদৰ্শন  •  নিউ গোৱালপাৰাৰ শিল্পী দিৱসত কবি-সাহিত্যিক সমীন্দ্ৰ হুজুৰি, 'মানুহক এন্ধাৰৰ পৰা পোহৰলৈ অনাত যিয়ে শিল্পী মাধ্যমক ব্যৱহাৰ কৰিব পাৰে সিয়েই জনতাৰ শিল্পী'  •  দ্বিতীয়খন এদিনীয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৩৬ ৰানৰ ব্যৱধানত জয়...  •  ওদালগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত-আহত ১  •  পৰ্যটন মহোৎসৱৰ দ্বিতীয় দিনটোত লোকে-লোকাৰণ্য ভৈৰৱকুণ্ড, দেশী-বিদেশী পৰ্যটকে সোৱাদ ল'লে বিভিন্ন জনগোষ্ঠীয় থলুৱা খাদ্য  •  আমাক এটা ৰাজনৈতিক দল লাগে, কিন্তু...  •  শোণিতপুৰৰ বৰছলাত ব্যতিক্ৰমীৰূপত শিল্পী দিৱস উদযাপন  •  দক্ষিন শালমাৰাৰ ফেৰছাঁটাৰীত ভূমি কেন্দ্ৰিক সংঘাতঃ জ্বলাই দিলে ঘৰ, পাঁচ লক্ষাধিক টকাৰ ক্ষতি

ভাৰত বিশ্বৰ বলাৎকাৰৰ ৰাজধানীত পৰিণত হৈছেঃ ৰাহুল গান্ধী

166
  • কেৰালাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী।
  • উন্নাৱৰ বলাৎকাৰৰ ঘটনা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ।
  • ‘ভাৰত বিশ্বৰ বলাৎকাৰৰ ৰাজধানীত পৰিণত হৈছে।’
  • ‘এতিয়া ভাৰতে কিয় দেশৰ মহিলাসকলক সুৰক্ষা দিব নোৱাৰে তাক লৈ বিদেশৰ মন্ত্ৰীসকলে প্ৰশ্ন উত্থাপন কৰিছে।’
  • ‘উত্তৰ প্ৰদেশৰ এগৰাকী বিজেপি বিধায়কো বলাৎকাৰৰ সৈতে জড়িত আছে।’
  • ‘এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে একো কোৱা নাই।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি