ভাৰত বিশ্বৰ বলাৎকাৰৰ ৰাজধানীত পৰিণত হৈছেঃ ৰাহুল গান্ধী

ভাৰত বিশ্বৰ বলাৎকাৰৰ ৰাজধানীত পৰিণত হৈছেঃ ৰাহুল গান্ধী
  • কেৰালাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী।
  • উন্নাৱৰ বলাৎকাৰৰ ঘটনা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ।
  • 'ভাৰত বিশ্বৰ বলাৎকাৰৰ ৰাজধানীত পৰিণত হৈছে।'
  • 'এতিয়া ভাৰতে কিয় দেশৰ মহিলাসকলক সুৰক্ষা দিব নোৱাৰে তাক লৈ বিদেশৰ মন্ত্ৰীসকলে প্ৰশ্ন উত্থাপন কৰিছে।'
  • 'উত্তৰ প্ৰদেশৰ এগৰাকী বিজেপি বিধায়কো বলাৎকাৰৰ সৈতে জড়িত আছে।'
  • 'এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে একো কোৱা নাই।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in