অৰুণ জেটলীৰ স্বাস্থ্যৰ বুজ লবলৈ এইমছত মায়াৱতী, নীতিশ কুমাৰ…

অৰুণ জেটলীৰ স্বাস্থ্যৰ বুজ লবলৈ   এইমছত মায়াৱতী, নীতিশ কুমাৰ…
  • প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ স্বাস্থ্যৰ বুজ লবলৈ এইমছত উপস্থিত মায়াৱতী।
  • কিছুসময়ৰ পূৰ্বে উপস্থিত হৈছেগৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ।
  • শনিবাৰে পুৱাই হস্পিতালত উপস্থিত হৈছিলগৈ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ কুমাৰ।
  • উল্লেখ্য যে, শনিবাকে পুৱাৰ পৰাই অধিক অৱনতি ঘটিছে জেটলীৰ স্বা্স্থ্য।
  • ৰখা হৈছে লাইফ চাৰ্পোচ চিষ্টেমত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in