অগপক এৰি দিয়া ২৬টা সমষ্টিত বিজেপি কৰ্মীক সহায় কৰাৰ আহ্বান ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ…

অগপক এৰি দিয়া ২৬টা সমষ্টিত বিজেপি কৰ্মীক সহায় কৰাৰ আহ্বান ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ…
  • খানাপাৰাস্থিত বিজেপিৰ কাৰ্যালয়ত মিত্রজোঁটৰ সংবাদমেল অনুষ্ঠিত হয় ।
  • আসন বুজাবুজি সন্দৰ্ভত বিজেপি-অগপ-ইউপিপিএলৰ নেতৃত্বই সম্বোধন কৰে এই সংবাদমেল
  • সংবাদমেল সম্বোধন কৰে ৰঞ্জিত দাস, অতুল বৰা, প্রমোদ বড়োয়ে
  • বিজেপিৰ কৰ্মকৰ্তাসকললৈ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ আহ্বান
  • অগপক এৰি দিয়া ২৬টা সমষ্টিত সহায় কৰাৰ আহ্বান
  • বিজেপি–ইউপিপিএলৰ প্রাৰ্থীকো সহায় কৰাৰ আহ্বান অগপ কৰ্মীলৈ
  • দলীয় কৰ্মীসকলে নিজৰ দলৰ প্রাৰ্থী বিচাৰে মিত্রতাত বহু এৰা ধৰা কৰিবলগীয়া হয় বুলি মন্তব্য ৰঞ্জিত দাসৰ ।
  • ৰাজ্যৰ সুৰক্ষাৰ স্বাৰ্থত এনেধৰণে আগবাঢ়িবলগীয়া হৈছে
  • টিকট দিয়া-নিদিয়া সন্দৰ্ভত পুংখানুপুংখভাৱে কথা পাতিছো
  • যোৱাবাৰ ২৪খন আসনৰ ৪খনত বন্ধুত্বপূৰ্ণভাৱে খেলিছিলো বুলি মন্তব্য অতুল বৰাৰ ।
  • ২০১৬ত ১৪খন আসনত জয়ী হৈছিলো বুলি মন্তব্য অতুল বৰাৰ ।
  • '৩জন মন্ত্রী আৰু কেইগৰাকীমান চেয়াৰমেন হৈ আছিল'
  • 'তাৰ পিছতো কিছু ক্ষোভ আছে দলৰ মাজত'
  • 'এইবাৰ এনে অসন্তুষ্টি দূৰ কৰাৰ বাবে বহু নীতি লোৱা হৈছে'
  • পোৱা-নোপোৱাৰ বেদনা এৰিব লাগে : অতুল বৰা
  • 'কংগ্রেছৰ অপশাসনৰ পৰিৱৰ্তে আমাৰ চৰকাৰে সুশাসন দিছে'
  • 'সেয়ে আৰু অধিক সময় শাসনৰ বাবে কৰ্মকৰ্তাৰ সহায় লাগিব'
  • সংবাদমেলত এই মন্তব্য অগপ সভাপতি অতুল বৰাৰ
  • ইউপিপিএল আঞ্চলিক মনোভাবেৰে গঠিত এটা দল : প্রমোদ বড়ো
  • বিটিআৰৰৰ সমস্যা সমাধানৰ বাবে আমি ৰাষ্ট্রীয় দলৰ লগ হৈছো
  • বড়োভূমি বহু অশান্তিৰ মাজত আছিল
  • এনডিএ চৰকাৰৰ দিনত বড়ো চুক্তি হ'ল : প্রমোদ বড়ো
  • ভাল মেডিকেল আগতে নাছিল, ভাল শৈক্ষিক প্রতিষ্ঠান নাছিল বুলি মন্তব্য প্ৰমোড বড়োৰ
  • চুক্তি অনুসৰি বিটিচি প্রশাসনক কেন্দ্রৰ পৰা আৰ্থিক পেকেজ দিয়া হ'ল
  • নতুন শিক্ষা প্রতিষ্ঠান আৰু মেডিকেল হোৱাৰ দিশে আগবাঢ়িছে
  • সেয়ে আমি এনডিএৰ অংশীদাৰ হ'বলৈ আগবাঢ়িছো
  • ইউপিপিএলৰ কৰ্মকৰ্তাসকললৈ প্রমোদ বড়োৰ আহ্বান
  • অগপ-বিজেপি প্রাৰ্থী দিয়া সমষ্টিত সহায় কৰাৰ আহ্বানইউপিপিএল কৰ্মীলৈ
  • অগপ-বিজেপি কৰ্মীকো ইউপিপিএলক সহায় কৰাৰ আহ্বান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in