গোলাঘাটত অগপৰ জোৰ লৈ সমদল

গোলাঘাটত অগপৰ জোৰ লৈ সমদল

ডিজিটেল সংবাদ, গোলাঘাটঃ শুকুৰবাৰে সমগ্ৰ ৰাজ্যখনৰ লগতে গোলাঘাটতো অগপই নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে জোৰলৈ সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

কেইবাশ লোকে অগপৰ গোলাঘাট জিলাৰ কাৰ্যালয়ৰ পৰা সমদল আৰম্ভ কৰি বিজেপি মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী হায় হায় আদি ধ্বনিৰে চহৰখন পৰিভ্ৰমণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে দলটোৰ জিলা সম্পাদক আচিকুৰ ৰহমানে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in