শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

প্ৰথমে আমবাৰীলৈ আহিল বিজেপি, আজি বিজেপিৰ কাৰ্যালয়ত অগপ নেতৃত্ব…

656
  • ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ হেঙেৰাবাৰীৰ কাৰ্যালয়ত উপস্থিত অসম গণ পৰিষদৰ দল।
  • দিনৰ প্ৰায় ১১.৩০ বজাত উপস্থিত হয় অগপ নেতৃত্ব।

  • দলটোত আছে অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, আৰু কমলা কলিতা, সত্যব্ৰত কলিতাৰ লগতে কেইবাজনো নেতা।
  • ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দত্ত, হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হয় অগপ দলটো।

  • উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছাও।
  • বাৰ্তালাপৰ অন্তত দুই গৰাকী সভাপতিয়ে সম্বোধন কৰিব সংবাদমেল।

  • যোৱা বৃহস্পতিবাৰে আমবাৰীৰ অগপ কাৰ্যালয়ত উপস্থিত হৈছিল বিজেপিৰ নেতৃত্ব।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি