প্ৰথমে আমবাৰীলৈ আহিল বিজেপি, আজি বিজেপিৰ কাৰ্যালয়ত অগপ নেতৃত্ব…

প্ৰথমে আমবাৰীলৈ আহিল বিজেপি, আজি বিজেপিৰ কাৰ্যালয়ত অগপ নেতৃত্ব…
  • ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ হেঙেৰাবাৰীৰ কাৰ্যালয়ত উপস্থিত অসম গণ পৰিষদৰ দল।
  • দিনৰ প্ৰায় ১১.৩০ বজাত উপস্থিত হয় অগপ নেতৃত্ব।
  • দলটোত আছে অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, আৰু কমলা কলিতা, সত্যব্ৰত কলিতাৰ লগতে কেইবাজনো নেতা।
  • ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দত্ত, হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হয় অগপ দলটো।
  • উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছাও।
  • বাৰ্তালাপৰ অন্তত দুই গৰাকী সভাপতিয়ে সম্বোধন কৰিব সংবাদমেল।
  • যোৱা বৃহস্পতিবাৰে আমবাৰীৰ অগপ কাৰ্যালয়ত উপস্থিত হৈছিল বিজেপিৰ নেতৃত্ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in