নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে মীৰাটলৈ যাব অসম গণ পৰিষদৰ প্ৰতিনিধি দল

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে মীৰাটলৈ যাব অসম গণ পৰিষদৰ প্ৰতিনিধি দল
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা।
  • দেওবাৰে অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত মীৰাটলৈ যাব অগপৰ প্ৰতিনিধি দল।
  • ২৩ অক্টোবৰত হ'ব নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ যুটীয়া সংসদীয় সমিতিৰ বৈঠক।
  • যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰাৱালাক সাক্ষাত্‍ কৰিব অগপৰ প্ৰতিনিধি দলটোৱে।
  • যুটীয়া সংসদীয় সমিতিক সাক্ষাত্‍ কৰি বিধেয়কখনৰ পৰা অসমত হব পৰা ভয়াৱহ স্থিতি সন্দৰ্ভত ব্যক্ত কৰিব দলটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in