মণিমাধৱ মহন্তৰ হৈ কলিয়াবৰত অগপ-বিজেপি-গণশক্তিৰ যৌথ নিৰ্বাচনী সভা

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে সকলো ৰাজনৈতিক দল।
  • প্ৰাৰ্থীৰ নাম ঘোষণা হোৱাৰ পিছতে কলিয়াবৰত তৎপৰ হৈছে অগপ।
  • শনিবাৰে কলিয়াবৰ সমষ্টিত অগপৰ সভা।
  • বোকাখাতত বিজেপি, অগপ আৰু গণশক্তিৰ প্ৰথমখন যৌথ নিৰ্বাচনী সভা৷
  • অগপ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মিত্ৰযোটে।
  • মণিমাধৱ মহন্তৰ নাম ঘোষণা হোৱাৰ পিছতে সভা অনুষ্ঠিত কৰিছে ৩ মিত্ৰ শক্তিয়ে।
  • নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তই।
  • ইফালে এই সভাতে প্ৰচাৰ চলাব কলিয়াবৰ লোকসভা সমষ্টিৰ আটাইকেইজন বিজেপি-অগপৰ বিধায়কে।
  • তাৰ পিছতে যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টিটো হ'ব মিত্ৰযোটৰ সভা।
  • ২৭ মাৰ্চত তেজপুৰ আৰু লখিমপুৰত অনুষ্ঠিত হ'ব যৌথ সভা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in