নাহৰকটীয়াত অগপ-বিজেপি-কংগ্ৰেছৰ নিৰ্বাচনী যুঁজ

  • নাহৰকটীয়াৰ ঘিনাই পঞ্চায়তৰ সভাপতি পদত জয়ী বিজেপিৰ গোপাল টেলেংগা।
  • কাউন্সিলাৰ পদত জয়ী হৈছে কংগ্ৰেছৰ মুকুন্দ বকতিয়াল।
  • টিংখাঙৰ নাচনী পঞ্চায়তৰ সভানেত্ৰী পদ দখল কৰে অগপ প্ৰাৰ্থী যুগমায়া সোণোৱাল গগৈয়ে।
  • আঞ্চলিক পঞ্চায়তৰ সদস্য পদত জয়ী অগপ প্ৰাৰ্থী বিকাশ বৰুৱা।
  • আনহাতে, গহপুৰৰ ৪খন পঞ্চায়ত বিজেপিৰ দখলত।
  • চাবুৱাৰ খামটি গুৱালী পঞ্চায়তৰ সভানেত্ৰী পদত জয়লাভ কৰে বিজেপিৰ বাবলী গোৱালা ৰাজোৱাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in