শেহতীয়া খবৰ
অব্যাহত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক, কাৰ মুখত বিৰিঙিব হাঁহি  •  অব্যাহত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক, কাৰ মুখত বিৰিঙিব হাঁহি  •  গৃহকন্দল! মোডীভক্ত পিতৃয়ে কংগ্ৰেছৰ টিকট লাভ কৰা পুত্ৰক কৰিলে 'ত্যাজ্যপুত্ৰ’  •  ৭ আলফা (স্বাঃ)ৰ কেডাৰে আৰক্ষীক চমজালে কি কি অস্ত্ৰ-শস্ত্ৰ, চাওক VIDEO  •  শিৱসেনাৰ ভৱিষ্যৎবাণী- ২০১৯ত ২১০ খন আসন লাভ কৰিব বিজেপিয়ে  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত  •  যোৰহাটত ১৪৪ ধাৰা জাৰি, দুচকীয়া বাহনত দুজন লোক উঠাত নিষেধাজ্ঞা প্ৰশাসনৰ

অগপ-বিজেপিৰ মিত্ৰতাক লৈ কি ক’লে জুবিন গাৰ্গে…

1,877
  • অগপ-বিজেপিৰ মিত্ৰতাক লৈ জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া।
  • জুবিন গাৰ্গে ক’লে-
  • ‘ক্ষমতাৰ অন্বেষণৰ বাবে হয়তো অসম গণ পৰিষদে পুনৰ বিজেপিৰ সৈতে মিত্ৰতা কৰিছে।’
  • ‘ৰাজনৈতিক দলসমূহৰ চালচলন বেলেগ।’
  • ‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আছো আৰু জাতীয়তাবাদী চেতনাৰে বিৰোধিতা কৰি যাম।’
  • আহিবলগীয়া ছবি ‘কাঞ্চনজংঘা’ৰ দৃশ্যগ্ৰহণৰ সময়ত এইদৰে মন্তব্য কৰে জুবিনে।
  • বাইহাটা চাৰিআলিৰ কামৰূপ-দৰং সীমান্তত চলি আছে ছবিখনৰ দৃশ্যগ্ৰহণ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি