অগপ-বিজেপিৰ মিত্ৰতাক লৈ কি ক’লে জুবিন গাৰ্গে…

ফাইল ফটো
ফাইল ফটো
  • অগপ-বিজেপিৰ মিত্ৰতাক লৈ জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া।
  • জুবিন গাৰ্গে ক'লে-
  • 'ক্ষমতাৰ অন্বেষণৰ বাবে হয়তো অসম গণ পৰিষদে পুনৰ বিজেপিৰ সৈতে মিত্ৰতা কৰিছে।'
  • 'ৰাজনৈতিক দলসমূহৰ চালচলন বেলেগ।'
  • 'নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আছো আৰু জাতীয়তাবাদী চেতনাৰে বিৰোধিতা কৰি যাম।'
  • আহিবলগীয়া ছবি 'কাঞ্চনজংঘা'ৰ দৃশ্যগ্ৰহণৰ সময়ত এইদৰে মন্তব্য কৰে জুবিনে।
  • বাইহাটা চাৰিআলিৰ কামৰূপ-দৰং সীমান্তত চলি আছে ছবিখনৰ দৃশ্যগ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in