অগপ–বিজেপিৰ মিত্ৰতা ভংগক লৈ বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইয়ে কি ক’লে?

ফাইল ফটো
ফাইল ফটো
  • অগপ–বিজেপিৰ মিত্ৰতা ভংগক লৈ মন্তব্য বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ।
  • অগপক এতিয়াও ৰাইজে আশ্বাসত ল'ব পৰা নাই বুলি মন্তব্য ড০ গোহাঁইৰ।
  • অগপই মন্ত্ৰিত্বৰ পৰাহে পদত্যাগ কৰিছে, মিত্ৰতা ভংগ সন্দৰ্ভত ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰা নাই।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিজেপি বিধায়কৰ অসন্তুষ্টিক আদৰণি ড০ গোহাঁইৰ।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ বৈঠকত বিধেয়কবিৰোধী আন্দোলন তীব্ৰতৰ কৰাৰ সিদ্ধান্ত।
  • মুখ্যমন্ত্ৰীৰ মন্তব্যক সমালোচনা কৰি ড০ গোহাঁয়ে কয় – অসম আন্দোলনৰ সময়ত মুখ্যমন্ত্ৰীয়ে যিদৰে স্থিতি সলনি কৰিছিল, সেইদৰে বামপন্থীয়েও পৰিৱেশ–পৰিস্থিতি চাই সিদ্ধান্ত সলনি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in