শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ পত্ৰ ঘূৰাই ল’লে অগপৰ তিনি মন্ত্ৰীয়ে, আজিয়ে পুনৰ ল’ব দায়িত্ব…

794
  • মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ পত্ৰ ঘূৰাই ল’লে অগপৰ তিনি মন্ত্ৰীয়ে৷
  • আজিয়ে পুনৰ দায়িত্ব ল’ব তিনি মন্ত্ৰীয়ে৷
  • মুখ্যমন্ত্ৰীৰ বাসভৱনত অগপ নেতাৰে বৈঠকৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্বৰ ঘোষণা৷
  • ১৬ মাৰ্চত দিল্লীত অমিত শ্বাহৰ সৈতে বহিব অগপ নেতৃত্ব৷
  • ইতিমধ্যে চূড়ান্ত হৈছে আসনৰ বুজাবুজি৷
  • অমিত শ্বাহৰে বৈঠকৰ পিছতেই ঘোষণা কৰা হ’ব আসনৰ কথা৷
  • নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ একেই আছে বিজেপিৰ স্থিতি৷
  • অগপৰ সৈতে অলপ মতপাৰ্থক্য আছে৷
  • আলাপ-আলোচনাৰ মাজেৰে লাহে লাহে দূৰ কৰা হ’ব এই মতপাৰ্থক্য৷
  • দল দুটাৰ তৃণমূল কৰ্মীৰ মাজত থকা ব্যৱধান দূৰ কৰাৰ বাবে ব্যৱস্থা ল’ব দুয়োটা দলে৷
  • দুয়োটা দলৰ দুই সভাপতি ৰাজ্যৰ বিভিন্ন স্থানত বহিব তৃণমূল কৰ্মীৰ সৈতে৷
  • অহা তিনি বছৰ আমাৰ চৰকাৰ সুন্দৰকৈ চলিব বুলিও মন্তব্য হিমন্ত বিশ্বৰ৷
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি