মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ পত্ৰ ঘূৰাই ল’লে অগপৰ তিনি মন্ত্ৰীয়ে, আজিয়ে পুনৰ ল’ব দায়িত্ব…

মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ পত্ৰ ঘূৰাই ল’লে অগপৰ তিনি মন্ত্ৰীয়ে, আজিয়ে পুনৰ ল’ব দায়িত্ব…
  • মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ পত্ৰ ঘূৰাই ল'লে অগপৰ তিনি মন্ত্ৰীয়ে৷
  • আজিয়ে পুনৰ দায়িত্ব ল'ব তিনি মন্ত্ৰীয়ে৷
  • মুখ্যমন্ত্ৰীৰ বাসভৱনত অগপ নেতাৰে বৈঠকৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্বৰ ঘোষণা৷
  • ১৬ মাৰ্চত দিল্লীত অমিত শ্বাহৰ সৈতে বহিব অগপ নেতৃত্ব৷
  • ইতিমধ্যে চূড়ান্ত হৈছে আসনৰ বুজাবুজি৷
  • অমিত শ্বাহৰে বৈঠকৰ পিছতেই ঘোষণা কৰা হ'ব আসনৰ কথা৷
  • নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ একেই আছে বিজেপিৰ স্থিতি৷
  • অগপৰ সৈতে অলপ মতপাৰ্থক্য আছে৷
  • আলাপ-আলোচনাৰ মাজেৰে লাহে লাহে দূৰ কৰা হ'ব এই মতপাৰ্থক্য৷
  • দল দুটাৰ তৃণমূল কৰ্মীৰ মাজত থকা ব্যৱধান দূৰ কৰাৰ বাবে ব্যৱস্থা ল'ব দুয়োটা দলে৷
  • দুয়োটা দলৰ দুই সভাপতি ৰাজ্যৰ বিভিন্ন স্থানত বহিব তৃণমূল কৰ্মীৰ সৈতে৷
  • অহা তিনি বছৰ আমাৰ চৰকাৰ সুন্দৰকৈ চলিব বুলিও মন্তব্য হিমন্ত বিশ্বৰ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in