অগপৰ প্রথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা…

ফাইল ফটো
ফাইল ফটো
  • অসম গণ পৰিষদে ঘোষণা কৰিলে প্রথমখন প্ৰাৰ্থীৰ তালিকা।
  • এই তালিকাখনত ৮টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা প্ৰাৰ্থীসকলৰ নাম উল্লেখ কৰা হৈছে।
  • বোকাখাত- অতুল বৰা।
  • কলিয়াবৰ- কেশৱ মহন্ত।
  • টিয়ক- ৰেণুপমা ৰাজখোৱা।
  • ডেৰগাওঁ- ভৱেন্দ্ৰ নাথ ভৰালী।
  • আমগুৰি- প্ৰদীপ হাজৰিকা।
  • চাবুৱা- পোনাকণ বৰুৱা।
  • নাওবৈচা- জয়ন্ত খাউণ্ড।
  • তেজপুৰ- পৃথ্বীৰাজ ৰাভা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in