পুনৰ মহানগৰীৰ ক’ত কন্টেইনমেন্ট জ’ন ঘোষণা….

পুনৰ মহানগৰীৰ ক’ত কন্টেইনমেন্ট জ’ন ঘোষণা….
  • অসমত পুনৰ কন্টেইনমেন্ট জ'ন ঘোষণা ।
  • সোনাপুৰৰ লক্ষ্মীবাই নেচনেল ইনষ্টিটিউট অব ফিজিকেল ইডুকেছনৰ চৌহদত ঘোষণা কৰা হৈছে কন্টেইনমেন্ট জ'ন ।
  • কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশ ।
  • কোভিড সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি ৮ এপ্ৰিলৰ পৰা ২১ এপ্ৰিললৈকে ঘোষনা কৰা হৈছে কন্টেইনমেন্ট জ'ন ।
  • সেই অঞ্চলটোত কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in