আকৌ এবাৰ… ৩০ মে’ত পুনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোডীয়ে!

আকৌ এবাৰ… ৩০ মে’ত পুনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোডীয়ে!
  • নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভৰ পিছতে আজি বিয়লি ৫ বজাত মোডীয়ে আহ্বান কৰিছে কেবিনেট বৈঠকৰ।
  • আজিয়ে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব পাৰে মোডীয়ে।
  • পদত্যাগৰ পিছত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মোডীক দ্বিতীয়বাৰলৈ চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাব।
  • ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, নৰেন্দ্ৰ মোডীয়ে ৩০ মে'ত প্ৰধানমন্ত্ৰী পদৰ শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
  • ইয়াৰ পূৰ্বে মোডীয়ে নিজ সমষ্টি বাৰাণসী আৰু গৃহৰাজ্য গুজৰাট ভ্ৰমণ কৰিব।
  • ২৮ মে'ত বাৰাণসীলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী।
  • সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় ২৭২খন আসনৰ সীমা ইতিমধ্যে সহজতে অতিক্ৰম কৰিছে বিজেপিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in